• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 15, 2022
in গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চৰকাৰী আঁচনি সমূহৰ সুফল যাতে ৰাইজে পোনপটীয়াকৈ লাভ কৰে আৰু গাঁও পঞ্চায়তত উন্নয়ন মূলক আঁচনি প্রস্তুত কৰাৰ সময়ত ৰাইজক যাতে জড়িত কৰা হয় তাৰ বাবে সকলো গাঁও পঞ্চায়তলৈ সময়ে সময়ে নিৰ্দেশনা দি আহিছে। এই নিৰ্দেশনাৰ আধাৰত পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩৬ নং কাঁহিকুছি গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়। পঞ্চায়ত এলেকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক লোক , মহিলা আত্মসহায়ক গোটৰ সদস্যৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে গাঁও পঞ্চায়তখনৰ সচিব সুবোধ চন্দ্ৰ কলিতাই।

আনহাতে সভাত ভাগ লৈ কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াই পঞ্চায়ত এলেকাত পঞ্চায়তৰ উদ্যোগত চলি থকা উন্নয়ন মূলক কাম – কাজৰ এক খতিয়ান দাঙি ধৰে। ইয়াৰ উপৰিও জগন্নাথ ঠাকুৰীয়াই “সকলোৰে যোজনা, সকলোৰে বিকাশ” বিষয়ক কথাষাৰৰ তাৎপৰ্য দাঙি ধৰে আৰু আগন্তক ২০২৩ – ২৪ বিত্তীয় বৰ্ষৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণত ৰাইজৰ সহযোগিতা কামনা কৰে। সভাত কাঁহিকুছি গাঁও পঞ্চায়তৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মণিকা ৰাজকোঁৱৰ, কনিষ্ঠ অভিযন্তা ৰূপম নাথ, ধ্ৰুৱতৰা মণ্ডল সংগঠনৰ সভানেত্ৰী জুনুপ্ৰভা নাথকে ধৰি কেবাজনো কৰ্মচাৰী উপস্থিত থাকে।

Previous Post

৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায়, নথিপত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ

বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8