• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পাঞ্জাব নেশ্যনেল বেংক ক’ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
পাঞ্জাব নেশ্যনেল বেংক ক’ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত
Share on FacebookShare on Twitter

ক’ভিডৰ তৃতীয় ঢৌৱে ইতিমধ্যে শংকিত কৰিছে ৰাজ্যবাসীক। ইয়াৰ মাজতে সকলো প্ৰকাৰে সাজু হৈ উঠিছে ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগ। কাৰণ বিগত ২৪ ঘণ্টাত দেশত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ভিডৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটত ক’ভিডৰ তৃতীয় টৌ ক্ৰমাৎ বৃদ্ধি পাইছে। পূৰ্বে যোৰহাটত প্ৰতিদিনে দুই-তিনিজনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছিল যদিও যোৱা এসপ্তাহ জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বুধবাৰে জিলাখনত মুঠ ২৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি হয়।
আনহাতে, যোৰহাট নগৰৰ বাপুপতিৰ পাঞ্জাব নেশ্যনেল বেংকত বৃহস্পতিবাৰে ১৮জন ব্যক্তিৰ দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে। স্বাস্থ্যপৰীক্ষাত বেংকটোৰ মুঠ ৫০জন বিষয়া-কৰ্মচাৰীৰ ভিতৰত ১৮জনৰ দেহত ক’ভিড১৯-ৰ অৱস্থিতি ধৰা পৰে। বেংকটো ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।

Previous Post

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

Next Post

ক’ৰোনাৰ বুষ্টাৰ ড’জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
ক’ৰোনাৰ বুষ্টাৰ ড’জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

ক'ৰোনাৰ বুষ্টাৰ ড'জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ…

ভয়াৱহ ক'ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ...

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8