• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in ৰাজনীতি, অসম
1 min read
0
গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
Share on FacebookShare on Twitter

মহানগৰীৰ পশ্চিম প্ৰান্তৰ গড়ল গাওঁ পঞ্চায়তৰ অধীনত অলপতে কেবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। উল্লেখ্য যে পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বর্ষৰ দ্বিতীয় কিস্তিৰ ধনেৰে এই উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে ভিতৰত চাৰি লাখ পঞ্চাশ হেজাৰ টকা ব্যয় সাপেক্ষে গড়ল কালী মন্দিৰৰ সমীপত খোৱাপানী যোগান আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ, ভক্তবৰী গাওঁৰ অমূল্য ঠাকুৰীয়াৰ ঘৰৰ পৰা দ্বীপেন বৰুৱাৰ ঘৰহৈ কালমণি নদীলৈ ১০ লাখ ৫০ হেজাৰ ৯২১ টকা ব্যয় সাপেক্ষে পানী পৰিবাহী নলা নিৰ্মাণ আৰু ৭ লাখ টকা ব্যয় সাপেক্ষে ১৮৪ নং পূব গড়ল অঙ্গনাৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰি বিধায়ক কলিতাই পৰৱৰ্তী সময়ত পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজৰ হকে আন কেবাটাও উন্নয়নমূলক কামৰ আঁচনি ইতিমধ্যেই গ্ৰহণ কৰা হৈছে বুলি ভাষণ প্ৰসংগত সদৰী কৰে।

অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যবেক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা, ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আজিজা স্বাবেণুৰ বেগম , গড়ল গাওঁ পঞ্চায়তৰ সভানেত্ৰী তৰুলতা বৰুৱা, আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মণ, কণিষ্ঠ অভিযন্তা সঞ্জীৱ দাস, পঞ্চায়ত সচিব ফজনুল হক, অগপৰ কামৰূপ জিলাৰ সম্পাদক পৰেশ বৰুৱা, গড়ল তালুকৰ সভাপতি অখিল চন্দ্ৰ বৈশ্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰেন দাস উপস্থিত থাকে।

Previous Post

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

Next Post

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

Related Posts

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী
সংবাদ

পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী

October 2, 2023
Next Post
দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8