• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কলাক্ষেত্ৰত জ্যোতিষ কুমাৰ শৰ্মাৰ কবিতা পুথি ‘তোমাৰ অবৰ্তমানত’ উন্মোচন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2022
in সাহিত্য
1 min read
0
কলাক্ষেত্ৰত জ্যোতিষ কুমাৰ শৰ্মাৰ কবিতা পুথি ‘তোমাৰ অবৰ্তমানত’ উন্মোচন
Share on FacebookShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত থকা শ্ৰী শ্ৰীমাধবদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২৬ ডিচেম্বৰৰ সন্ধিয়া অসম চৰকাৰৰ লোকনির্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা, কবি জ্যোতিষ কুমাৰ শৰ্মাৰ কবিতা পুঁথি “তোমাৰ অবৰ্তমানত“ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৷

জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন আৰু বিশিষ্ট সঙ্গীতজ্ঞ ড: বীৰেন্দ্ৰ নাথ দত্তই তেওঁলোকৰ নিজ নিজ বাসগৃহত ইতিমধ্যে অনানুষ্ঠানিকভাবে উন্মোচন কৰা কবিতা পুঁথিখনৰ উন্মোচনী অনুষ্ঠানত ‘অগ্ৰণী উচ্চাৰণ অভিধান“ প্ৰণেতা সুমন্ত চলিহা, বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামী, মনিষা হাজৰিকা, মঞ্জুলা হাজৰিকা, সুভাস দাস প্ৰমুখ্যে কেবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পণ্ডিত, বিদ্যুৎ মিশ্ৰ আৰু প্ৰতীতি শৰ্মাই ভায়’লিন পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। আৰম্ভণিতে জ্যোতিষ কুমাৰ শৰ্মাই কবিতা পুথিখন সন্দৰ্ভত নিজৰ অনুভৱ – অভিজ্ঞতা ব্যক্ত কৰে।

Previous Post

ধাৰাপুৰ চাৰিআলিলৈ সম্প্ৰসাৰণ হ’ল চিটিবাছ সেৱা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গ্ৰন্থমেলাত তিনিগৰাকী সাংবাদিকৰ গ্ৰন্থ উন্মোচন
সংবাদ

গ্ৰন্থমেলাত তিনিগৰাকী সাংবাদিকৰ গ্ৰন্থ উন্মোচন

January 9, 2023
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী আচৰণ বিধি উলংঘণ! তদন্তৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ
ৰাজনীতি

ঘোষিত হ’ল অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা

January 4, 2023
অসম গ্ৰন্থমেলাত লেখিকা, গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন
সাহিত্য

অসম গ্ৰন্থমেলাত লেখিকা, গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন

January 2, 2023
ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ ‘ছেফটিপিন’ উন্মোচন
সংবাদ

ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ ‘ছেফটিপিন’ উন্মোচন

December 31, 2022
অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা
অসম

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

December 25, 2022
মনোজ কুমাৰ গোস্বামী, ৰশ্মি চৌধুৰী আৰু ড০ জুৰী দত্তলৈ সাহিত্য অকাডেমী বঁটা
সংবাদ

মনোজ কুমাৰ গোস্বামী, ৰশ্মি চৌধুৰী আৰু ড০ জুৰী দত্তলৈ সাহিত্য অকাডেমী বঁটা

December 22, 2022
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

পুনৰ ক’ভিডঃ অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ

দেশত জানুৱাৰী মাহত ক'ভিডৰ ঘটনা ভয়ংকৰ ভাৱে বৃদ্ধি পা'ব!

হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

মহানগৰীত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8