Tag: ক’ৰোনা সংক্ৰমণ

প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিল্লীত যোগান ধৰিলে ৭০০ টন অক্সিজেন

প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিল্লীত যোগান ধৰিলে ৭০০ টন অক্সিজেন

ক'ৰোনাৰ দ্ৰুত সংক্ৰমণৰ ফলত দীর্ঘদিন ধৰি দিল্লীত অক্সিজেনৰ নাটনিয়ে দেখা দিছিল। অক্সিজেনৰ নাটনিৰ বাবে বহু ক'ৰোনা আক্ৰান্ত ৰোগীয়ে মৃত্যুক সাৱটিবলগীয়া ...

ক’ৰোনাৰ সৈতে যুজঁ দিবলৈ ভাৰতক সহায় কৰিব ইৰানে

ক’ৰোনাৰ সৈতে যুজঁ দিবলৈ ভাৰতক সহায় কৰিব ইৰানে

ভাৰতত দ্ৰুতগতিত বৃদ্ধি হৈছে ক'ৰোনা সংক্ৰমণ। ভাৰতৰ এই সংকটৰ সময়ছোৱাত ক'ৰোনাৰ সৈতে যুজঁ দিবলৈ সহায় কৰিছে বহুতো ৰাষ্ট্ৰই। ইৰানৰ স্বাস্থ্যমন্ত্ৰী ...

স্থগিত ৰখা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা

স্থগিত ৰখা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰোনা সংক্ৰমণ। বৰ্দ্ধিত ক'ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ...

অসমত ২৪ ঘণ্টাত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৬৫১ গৰাকী

অসমত ২৪ ঘণ্টাত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৬৫১ গৰাকী

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে ক'ৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্দ্ধিত ক'ৰোনা সংক্ৰমণৰ বাবে চিন্তিত হৈ পৰিছে অসমবাসী। অসমত বিগত ২৪ ঘণ্টাত ...

ৰাজ্যত পুনৰ ২৪ ঘণ্টাত ৬৩৯ জন লোক ক’ৰোনা আক্ৰান্ত

ৰাজ্যত পুনৰ ২৪ ঘণ্টাত ৬৩৯ জন লোক ক’ৰোনা আক্ৰান্ত

অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰোনা সংক্ৰমণৰ হাৰ। দিনে দিনে অত্যাধিক হাৰত বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত অসমত ...

ৰাজ্যত আজিৰ পৰা বন্ধ প্ৰাথমিক বিদ্যালয়সমূহ

ৰাজ্যত আজিৰ পৰা বন্ধ প্ৰাথমিক বিদ্যালয়সমূহ

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে ক'ৰোনা সংক্ৰমণ। সেয়েহে আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বন্ধ হৈ পৰিল প্ৰাথমিক বিদ্যালয় সমূহ। ...

ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে ক’ৰোনা টীকা উৎসৱ

ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে ক’ৰোনা টীকা উৎসৱ

দেশত ক'ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে ক'ৰোনা টীকা উৎসৱ। ১১এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশৰ সকলো ...