• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in জীৱনশৈলী
1 min read
0
বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়
Share on FacebookShare on Twitter

আমাৰ দৈনিক ব্যৱহৃত বাচন-বৰ্তন আদিত ক’ব নোৱাৰাকৈয়ে বিভিন্ন ধৰনৰ দাগ লাগে। পিছে কিহৰ দাগ কিদৰে উঠাব পাৰি সেইবিষয়ে জনা থাকিলে বস্তুবিধ পুনৰ ব্যৱহাৰৰ উপযোগী হৈ পৰে। সুন্দৰ, চিকমিকীয়া হয়। তেন্তে আহক, বাচন-বৰ্তনত লগা কিদৰে উঠাব পাৰি জানি লওঁ –

১) পিতলৰ  বাচন পৰিষ্কাৰ কৰিবলৈ নেমুৰ ৰসেই উত্তম উপাদান। ইয়াৰোপৰি সম পৰিমাণৰ ভিনেগাৰ আৰু পানী একেলগে মিহলাই পিতলৰ বস্তুবোৰ তাত কেইঘণ্টামান ডুবাই ৰাখক। তাৰ পিছত এডাল ব্ৰাছেৰে জোৰেৰে ঘঁহি ধুই পেলাওক। পৰিষ্কাৰ কোমল কাপোৰেৰে মচিলে চিকচিকীয়া হৈ পৰিব।

২) তামৰ বাচন পৰিষ্কাৰ কৰিবলৈ চৌকাৰ ছাই ব্যৱহাৰ কৰিব পাৰে ছাইৰ অভাৱত ফটা গাখীৰেৰেও বাচন ধুব পাৰে।

৩) এলুমিনিয়ামৰ বাচনবোৰ লেতেৰা হ’লে এটুকুৰা ফটা কাপোৰ নেমুটেঙাৰ ৰসত জুবুৰিয়াই লৈ ভালদৰে ঘঁহিব।

৪) কাঁহ-পিতলৰ বাচন তেঁতেলী আৰু নিমখ দি মাজিলে উজ্জ্বল চকচকীয়া হৈ পৰিব।

৫) ষ্টীলৰ বাচন আৰু কাঁহৰ বাচন চাউল ধোৱা পানীত লৈ কোমল জাবৰেৰে ঘঁহিলেই চাফা হয়।

৬) প্লাষ্টিকৰ বাচন বা আচবাব –পত্ৰবোৰ কেৰাচিন তেলেৰে ঘঁহি ধুই দিয়ক। দেখিব, চিকচিকীয়া হৈ পৰিছে।

৭) থাৰ্ম’ফ্লাক্স বা পানীৰ বটলৰ ভিতৰ ভাগ চাফা কৰিবলৈ অলপ গৰম পানী ভৰাই কিছু সময় থৈ দিয়ক। তাৰ পিছত কাগজ টুকুৰা-টুকুৰকৈ ফালি তাত ভৰাই পোন্ধৰ মিনিটমানৰ পিছত জোকাৰি উলিয়াই পেলাব। ভিতৰখন চাফা হৈ পৰিব।

৮) ননষ্টিক পেন চাফা কৰিবলৈ এটুকুৰা নেমু কাটি লওক। এই নেমুৰে ঘঁহি দিলে সহজতে চাফা হয়।

৯) দৈনিক ব্যৱহৃত কেৰাহীৰ ভিতৰত ডাঠ ক’লা চামনি পৰিলে দুটুকুৰামান নাৰিকলৰ বাকলি কেৰাহীত পুৰি দিবচোন। কেৰাহীৰ ভিতৰৰ ক’লা চামনি দূৰ হৈ যাব।

১০) যিকোনো বাচনত ৰঙচুৱা বৰণ ধৰিলে পুনৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ চাহ খোৱাৰ পিছত ৰৈ যোৱা চাহপাতখিনি পেলাই নিদি ডিটাৰজেণ্টৰ লগত মিহলাই ঘঁহিব।

১১) কেটলি, চচপেন আদিৰ তলিখন যদি ক’লা পৰি গৈছে, গৰমপানীত ৱাচিং চ’ডা মিহলাই লৈ চাফা কৰিব।

১২) যিকোনো বস্তু ৰন্ধাৰ পিছত গৰমে গৰমে পাত্ৰটো ধুই পেলাব। তেলৰ দাগ গুচাবলৈ সহজ হ’ব।

Previous Post

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
ভয়াবহ ৰূপত ছিট্ৰাং
News

ভয়াবহ ৰূপত ছিট্ৰাং

October 25, 2022
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
News

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

October 24, 2022
পুনৰ টোলগেট
Exclusive

পুনৰ টোলগেট

October 20, 2022
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা
Exclusive

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

October 19, 2022
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ
Exclusive

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

October 19, 2022
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

পানীৰ তলত বিদ্যালয়! দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাবলৈ অনুৰোধ প্ৰশাসনৰ

পানীৰ তলত বিদ্যালয়! দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাবলৈ অনুৰোধ প্ৰশাসনৰ

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে CBIৰ নতুন গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8